অসমশীৰ্ষ

অৰুণাচলত ক্ষীপ্ৰ গতিত চলিছে উন্নয়নৰ কাম, পেমা খাণ্ডু

নিউজ ডেস্ক, প্ৰথম খবৰ: দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা নেডাৰ তৃতীয়খন বৈঠকত উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হোৱাৰ কথা স্বীকাৰ কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে৷ অৰুণাচলত ক্ষীপ্ৰ গতিত উন্নয়নৰ কাম চলাৰ কথা উল্লেখ কৰি উড়ান আঁচনিৰ দ্বাৰা ছটাকৈ বিমানবন্দৰৰ কাম চলি থকাৰ কথা উল্লেখ কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে৷

কৰ্ণাটক নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি কৰ্ণাটকত বিজেপি চৰকাৰ নহ’লেও ৰাইজ বিজেপিৰ পক্ষত থকাৰ কথা কৈ লুক ইষ্ট পলিচী এক্ট ইষ্ট পলিচী হোৱাৰ কথা উল্লেখ কৰি একেখন মঞ্চত সকলোৰে সমস্যাৰ সমাধান সম্ভৱ হোৱাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close