অসমৰাষ্ট্ৰীয়

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত অসমৰ ২যাত্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: অৰুণাচলৰ দিৰাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত অসমৰ পৰা যোৱা দুজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। আহত শিশুটি বৰ্তমান দিৰাং স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে।

 

Related Articles

Leave a Reply

Close