শেহতীয়া
Home / শীৰ্ষ / আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাক সমৰ্থন নিতিশ কুমাৰৰ

আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাক সমৰ্থন নিতিশ কুমাৰৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)ৰ বিৰুদ্ধে আছুৰ স্থিতিকলৈ সমৰ্থন জনাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

উল্লেখ্য যে, ১১টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি ঐক্যমত গঠন কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আছুয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*