শীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আজি ঘোষনা কৰা হ’ব কৰ্ণাটক নিৰ্বাচনৰ ফলাফল

 নেচনেল ডেস্ক, প্ৰথম খবৰ: ২২২টা পদৰ বাবে যোৱা শণিবাৰে কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি বহু আশাৰে বাট চাই থকা অপেক্ষাৰ অন্ত পৰিব। পুৱা ৮ বজাৰ পৰাই ভোট গণনা আৰম্ভ হ’ব। প্ৰায় ৪০টা কেন্দ্ৰত একেলগে  কৰা হ’ব ভোট গণনা।  ভোট গণনা আৰম্ভ হোৱাৰ এঘন্টাৰ পিছৰে পৰা ফালফল ঘোষনা আৰম্ভ হ’ব। এই ফলাফলৰ বাবে কৰ্ণাটকৰ লগতে এতিয়া সমগ্ৰ দেশে অপেক্ষা কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close