অসমশীৰ্ষ

আজি সাংবাদিক পৰাগ দাসৰ ২২ সংখ্যক মৃত্যু তিথি

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি সাংবাদিক পৰাগ দাসৰ মৃত্যু তিথি। ১৯৯৬ চনৰ আজি দিনটোতে প্ৰাণ হেৰুৱাইছিল নিৰ্ভীক সাংবাদিক গৰাকীয়ে। অচিনাক্ত দুৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱাইছিল সাংবাদিকজনে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰিছে পৰাগ দাসক। কিন্তু অতি দুখৰ বিষয় যে আজিওঁ পৰাগ দাসৰ হত্যাকাৰীক আটক কৰিবলৈ অসমৰ্থ অসমৰ প্ৰশাসন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close