আন্তঃৰাষ্ট্ৰীয়বিজ্ঞান

ইচ্ছামৃত্যুৰ বাবে চুইজাৰলেণ্ডলৈ ৰাওনা হৈছে বৈজ্ঞানিক

ইন্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ:  বিগত বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অষ্টেলিয়াৰ সবাতোতকৈ সম্ভৱনাময় বৈজ্ঞানিক ডেবিদ গোডাল। ১০৪ বছৰ বয়স অতিক্ৰম কৰা বৈজ্ঞানিকজনে দুৰাৰোগ্য ৰোগত অতিস্থ হৈ ইচ্ছামৃত্যুৰ দৰে পথ বাছি লৈছে। ইচ্ছামৃত্যুৰ বাবে অষ্টেলিয়াৰ চৰকাৰে অনুমতি নিদিয়াৰ পৰিবৰ্তে চুইজাৰলেণ্ডৰ চৰকাৰে অনুমতি প্ৰদান কৰিছে। ইতিমধ্যে বৈজ্ঞানিকজন নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে দেখা হৈ ইচ্ছামৃত্যুৰ  বাবে  অষ্টেলিয়াৰ পৰা চুইজাৰলেণ্ডলৈ ৰাওনা হৈছে। বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পিছতে এতিয়া এই ঘটনা বিশ্বজুৰি চৰ্চিত বিষয় হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close