শেহতীয়া
Home / অসম / আদালতত হাজিৰ নহ’ল অনিল ৰাজা

আদালতত হাজিৰ নহ’ল অনিল ৰাজা

নিউজ ডেস্ক,প্ৰথম খবৰ:অনিল ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে দিয়া গোচৰৰ আজি শুনানিৰ দিন। ইতিমধ্যে আদালতত হাজিৰ হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে আদালতত হাজিৰ হ’ব নোৱাৰিলে অনিল ৰাজা। অহা ১৬ জুনত পুণৰ শুনানিৰ দিন নিৰ্ধাৰণ কৰা হৈছে আৰু সিদিনা আদালতত উপস্থিত থাকিব লাগিব অনিল ৰাজা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*