অসম

আমছুৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নগাঁও আমছুৰ প্ৰাক্তন সভাপতি মোস্তাফা কামাল পাছাক নগাঁও আৰক্ষীয়ে আটক কৰিছে। চাকৰি দিয়াৰ নামত ধন আদায়ৰ অভিযোগ আছে আছাৰ বিৰুদ্ধে। নগাঁৱত ৫টা আৰি কামৰূপত ২টা গোচৰ ৰুজু আছে আছাৰ বিৰুদ্ধে।

Related Articles

Leave a Reply

Close