অসমশীৰ্ষ

আলফাক মুখ বন্ধ ৰখাৰ আহ্বান গৃহ বিভাগৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:  আলফা নেতা অনুপ চেতিয়ালৈ গৃহ বিভাগৰ জাননি। জাননিৰ জৰিয়তে  আলফাক মুখ বন্ধ ৰখাৰ আহ্বান। এই মন্তব্য যুদ্ধবিৰত উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চৰ। যুদ্ধবিৰত উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চই আয়োজন কৰা সংবাদ মেলত এই কথা সদৰি কৰে। এই সংবাদ মেলত উপস্থিত থাকে কেইবাটাও সংগঠনৰ নেতা। তেওঁলোকে বীধেয়ক গৃহীত হ’লে চৰকাৰৰ সৈতে আলোচনা শেষ বুলি মন্তব্য কৰে। ৮০-৯০ দশকৰ পৰিৱেশ ঘূৰাই নানিবলৈ সোনোৱাল চৰকাৰক আহ্বান। “নৱ-প্ৰজন্মই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয়”,”নৱ-প্ৰজন্মক সশস্ত্ৰ পন্থালৈ পৰোচিত নকৰিব”, বিধেয়ক গৃহীত হলে অসম জ্বলিব বুলি তীব্ৰ প্ৰতিবাদ কৰে যুদ্ধবিৰত উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close