অসমগুৱাহাটী

আৰ এইচ খানক বৰ্খাস্ত কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: উত্তৰ কাছাৰৰ হাজাৰ কোটিৰ টকাৰ কেলেংকাৰীত জড়িত থকা অভিযুক্ত আৰ এইচ খানক শনিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

উল্লেখ্য, এন আই এ আদালতে কেলেংকাৰীত জড়িত এইচ খানক ১০ বছৰৰ কাৰাদণ্ড বিহিছিল। ৯ বছৰ পিছত পুনৰ সমাজ কল্যাণ বিভাগৰ উপ–সঞ্চালক পদৰ পৰা বৰ্খাস্ত হ’ল আৰ এইছ খান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close