অসমআন্তঃৰাষ্ট্ৰীয়

ইণ্টাৰনেট ছাৰ্ভিচত সকলোতকৈ উন্নত দেশখন

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ৰ এক বিশেষ মাধ্যম ইণ্টাৰনেট ব্যৱস্থা। বিশ্বৰ যিকোনো খবৰ তুৰন্তে পাব পৰা এই ইণ্টাৰনেট সেৱা দেশভেদে বেলেগ। কৰবাত যদি ইণ্টাৰনেটৰ স্পীড বেছি, কৰবাত আকৌ কম। বিশ্বত এনেকুৱা এখন দেশ আছে যি ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত প্ৰথম হিচাপে বিবেচিত হৈছে। যি দেশত ইণ্টাৰনেট স্পীড অন্য দেশতকৈ বহু বেছি। এই বিশেষ দেশখনৰ নাম হৈছে নৰৱে। নৰৱেত ইণ্টাৰনেট স্পীড হৈছে ৫২ এম বি পি এস। এই বিশেষ স্পীড নৰৱেৰ শীৰ্ষ টেলীকম কোম্পানী টেলীনাৰে প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close