অসমশীৰ্ষ

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৰেৱতী ফুকনৰ পুত্ৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ:দিল্লীত ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়,”দেউতাৰ পৰা জানিব পাৰিছোঁ পৰেশ বৰুৱা আলোচনালৈ অহাটো বহুতেই নিবিচাৰে। আৰক্ষীয়ে ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাক লৈ মই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।”

Related Articles

Leave a Reply

Close