অসমশীৰ্ষ

উজ্বলিল বৰপেটাৰ ছেণ্ট টেৰেছাৰ ২ ছাত্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে বৰপেটাক গৌৰৱান্বিত কৰি তুলিলে দুগৰাকীকৈ ছাত্ৰীয়ে। বৰপেটাৰ ছেণ্ট টেৰেছা ইংলিছ হাইস্কুলৰ ছাত্ৰী চুলতানা আয়েছা ছিদ্দিকাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে নৱম স্থান লাভ কৰিছে একেখন বিদ্যালয়ৰ ছাত্ৰী শ্যামলীমা পাঠকে। দুয়োগৰাকী ছাত্ৰীৰ এনে সফলতাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সমান্তৰালভাৱে অভিভাৱকসকলো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close