শেহতীয়া
Home / অসম / উৎকোচ লৈ গ্ৰেপ্তাৰ ONGCৰ উপ-প্ৰবন্ধক

উৎকোচ লৈ গ্ৰেপ্তাৰ ONGCৰ উপ-প্ৰবন্ধক

নিউজ ডেস্ক, প্ৰথম খবৰ: চি বি আইৰ অভিযানত উৎকোচ লৈ হাটে-লুটে ধৰা পৰিল ONGCৰ উপ-প্ৰবন্ধক এন কে সিং। ৰফিকুল হাজৰিকা নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত চি বি আইৰ অভিযানত ২লাখ টকা উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ হয় ধৃত বিষয়াজন।

Leave a Reply

Your email address will not be published. Required fields are marked *

*