শীৰ্ষ

এইবাৰ আৰক্ষীৰ নিৰ্যাতনৰ বলি কনমাণি

নিউজ ডেস্ক, প্ৰথম খবৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত মঙ্গলবাৰে সংঘটিত হয় এক শিশু নিৰ্যাতনৰ ঘটনা।

বিলাসীপাৰাৰ বাঙালীপাৰাস্থিত এন আৰ চি সেৱা কেন্দ্ৰত চৈয়দ জব্বাৰ আলী নামৰ কনিষ্টবলজনৰ বিৰুদ্ধে এটি কণমানিৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰে জব্বাৰ আলীক।

Related Articles

Leave a Reply

Close