অসমশীৰ্ষ

এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছামিজ এছ’চিয়েচন অব অষ্ট্ৰেলিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলনেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত মুখৰিত হৈ থকাৰ সময়তে এই আইনৰ বিৰোধিতাৰে এইবাৰ ওলাই আহিছে আছামিছ এছ’চিয়েচন অৱ অষ্ট্ৰেলিয়া নামৰ সংগঠনটো। চৰকাৰে সংশোধন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে দেওবাৰে এই সংগঠনটোৱে যুটীয়া সংসদীয় কমিটিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই আইনখন বাতিল কৰাৰ বাবে দাবী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close