শেহতীয়া
Home / অসম / এইবাৰ AIUDFৰ বিধায়কৰ বিৰুদ্ধে বিজেপিৰ গোচৰ ৰুজু

এইবাৰ AIUDFৰ বিধায়কৰ বিৰুদ্ধে বিজেপিৰ গোচৰ ৰুজু

নিউজ ডেস্ক, প্ৰথম খবৰ: হাইলাকান্দিৰ AIUDFৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে জিলা বিজেপিৰ সভাপতিয়ে থানাত গোচৰ ৰুজু কৰিছে। এটা পে টইলেট নিৰ্মাণক লৈ বিজেপি আৰু AIUDFৰ মাজত চলা সংঘৰ্ষৰ বাবেই বিজেপিয়ে ৰুজু কৰিছে গোচৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*