অসম

ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত নিশা চুৰিকাণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ: শুৱালকুছিৰ ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত শুক্ৰবাৰে নিশা চোৰে চলায় লুটপাত। দেৱালয়খনৰ তলা ভাঙি চোৰে লুটি নিয়ে নগদ ধন সহ সোণ–ৰূপৰ অলংকাৰ৷

উল্লেখ্য যে পূৰ্বেও বহুবাৰ চুৰিকাণ্ড সংঘটিত হৈছিল এই ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ত। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই শুৱালকুছিত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় লোকসকলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close