অসমশীৰ্ষ

ঐতিহ্যক্ষেত্ৰক ব্যক্তিগত খণ্ডৰ গতোৱাৰ প্ৰতিবাদত খোৱাঙত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ঘাই পথ অৱৰোধ

খোৱাঙৰ পৰা সঞ্জীৱ কোঁৱৰ, প্ৰথম খবৰ :

অসমৰ ঐতিহ্যক্ষেত্ৰ চৰকাৰে ব্যক্তিগত খণ্ডৰ কোম্পানীক অৰ্পন কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি খোৱাঙৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে খোৱাং চাৰিআলিৰ ৩৭ নং ঘাইপথৰ ওপৰত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য মুখ্যমন্ত্ৰী গৰাকী প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰোপৰি প্ৰতিবাদী সকলে চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি বহু সময় ধৰি ঘাইপথ অধৰোধ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close