অসমশীৰ্ষ

কাছাৰত অস্ত্ৰ সহ এজনক আটক

নিউজ ডেস্ক, প্ৰথম খবৰ:  কাছাৰৰ সোণাইত আৰক্ষী-চি আৰ পি এফৰ অভিযানত বৃহস্পতিবাৰে উদ্ধাৰ হয় বহু পৰিমাণৰ বিষ্ফোৰকৰ লগতে এটা পিষ্টল আৰু কেইবাজাই সক্ৰিয় গুলী।

এই ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে কামাল উদ্দিন নামৰ এজনক আটক কৰি জেৰা অব্যহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close