অসম

কাজিৰঙাত অঘটন

নিউজ ডেস্ক,প্ৰথম খবৰ: কাজিৰঙাত আম গছৰ এটা ডাল ভাঙি পৰাৰ ফলত থিতাতে নিহত হৈছে এজন যুৱক। এই ঘটনাত আন ৩জন যুৱক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close