অসম

ৰাইজৰ ৰোষত UBIৰ শাখাৰ গাণনিক বিষয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: কামপুৰৰ চিমলাই পথাৰত ৰাইজে আটক কৰিল আৰক্ষীক গটালে এক প্ৰৱঞ্চকক। চি এছ পি একাউণ্টৰ পৰা কোটি কোটি টকা আত্মসাতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

জানিবপৰা মতে, আটকাধীন ব্যক্তিজন চিমলাই পথাৰস্থিত UBIৰ শাখা কেন্দ্ৰৰ গাণনিক বিষয়া হিচাপে কৰ্মৰত। অভিযুক্ত বিষয়াজনৰ মোবাৰক আলী আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close