অসমশীৰ্ষ

কামৰূপ মহানগৰীৰ মান ৰাখিলে গুৱাহাটী কমাৰ্চ কলেজ আৰু কটন কলেজৰ তিনি মেধাই

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ঘোষিত ফলাফলত মহানগৰীৰ সন্মান ৰাখিলে তিনিগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে। বিজ্ঞান শাখাত কটন কলেজৰ উজ্জল জৈনে দসম স্থান লাভ কৰাৰ পৰিবৰ্তে বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰতীক্ষা বৈশ্যই নৱম স্থান দখলৰ লগতে  মৃত্ৰিকা নাথে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই তিনি মেধাৰ সাফল্যক লৈ সমগ্ৰ কামৰূপ মহানগৰত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে।

 

Related Articles

Leave a Reply

Close