শেহতীয়া
Home / সাহিত্য / কবিতা / ক্ষণিকৰ ক্ষিপ্ৰ সিদ্ধান্তৰে

ক্ষণিকৰ ক্ষিপ্ৰ সিদ্ধান্তৰে

শ্ৰী দিগন্ত কলিতা,আদাবাৰী।
‘জোঁৰ পুৰি হাত পালে’
‘পি-পু-উ-শো’
ধোদৰ সাম্ৰাজ্য-
ক্ষত-বিক্ষত আজি মানৱতা
ক্ষণে-ক্ষণে জন্ম পৰশুৰামৰ
ক্ষতিমুখী আমি-পৰশ্ৰীকাতৰ
ক্ষমতাৰ অৰিয়া-অৰিত মত্ত
ক্ষমাহীন
ক্ষয়িষ্ণু সমাজ
ক্ষয়-ৰোগত আক্ৰান্ত-
ক্ষণস্থায়ী আমাৰ জীৱন-
ক্ষণিকৰ ক্ষিপ্ৰ সিদ্ধান্তৰে
ক্ষণতে ক্ষোভ আঁতৰাই
ক্ষত গুচাও আহা ক্ষীৰেৰে
বিপদ নাশি
ক্ষন্তেকতে

Leave a Reply

Your email address will not be published. Required fields are marked *

*