অসমশীৰ্ষ

কৰ্ণাটকত উপ মুখ্যমন্ত্ৰীৰ পদ বিচাৰিছে কংগ্ৰেছে

নেচনেল ডেস্ক,প্ৰথম খবৰ:শেহতীয়াভাৱে কৰ্ণাটকৰ নিৰ্বাচনে দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ ইতিহাসত ঐতিহাসিক দিনৰ সূচনা কৰিলে। কংগ্ৰেছ আৰু জে ডি এছৰ মিত্ৰজোঁট চৰকাৰ গঢ়িবলৈ সাজু দুয়োটা ৰাজনৈতিক দল। কিন্তু কংগ্ৰেছ দলে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগত বৈঠকত মিলিত হৈ উপ মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰস্তাৱ ৰাখে। অৱশ্যে এই ক্ষেত্ৰত জে ডি এছ দলটোৱে আপত্তি দৰ্শাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close