অসম

কৰ্ণাটকত ক্ষমতা দখলৰ যুঁজ অব্যাহত

নেচনেল ডেস্ক, প্ৰথম খবৰ: মঙ্গলবাৰে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছত কৰ্ণাটকত ৰাজ্যপালৰ সিদ্ধান্তৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল কংগ্ৰেছ৷ বুধবাৰে কংগ্ৰেছে দেশৰ মুখ্য ন্যায়াধীশৰ বাসগৃহলৈ প্ৰেৰণ কৰিলে এটা সজাতি দল৷

এই দল প্ৰেৰণৰ পিছত বুধবাৰে নিশা শুনানি হোৱাৰ সম্ভাৱনৰে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বাসগৃহত অধিক নিৰাপত্তাৰক্ষী মোতায়ন কৰাৰ লগতে কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close