শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটকত জে ডি এচৰ চৰকাৰ গঠন

নেচনেল ডেস্ক, প্ৰথম খবৰ: চৰকাৰ গঠনক লৈ কৰ্ণাটকত চলি থকা নাটকৰ অৱসান ঘটাই জে ডি এচে অহা ২৩মে’ত গঠন কৰিব চৰকাৰ । কংগ্ৰেছ আৰু জে ডি এচৰ সম সংখ্যক সদস্য থাকিব এইখন চৰকাৰত। কিন্তু এই চৰকাৰৰ কাৰ্যকাল কিমান দিন হ’ব তাক লৈ ব্যাপক চৰ্চা চলিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close