শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটকত বিজেপি চৰকাৰৰ পতন

নিউজ ডেস্ক,প্ৰথম খবৰ: কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ। কৰ্ণাটকৰ বিজেপিৰ শেহতীয়া মুখ্যমন্ত্ৰী য়েডুৰাপ্পাই ৰাজ্যপালৰ ওচৰত পদত্যাগ কৰিছে। কিন্তু বৰ্তমানো কৰ্ণাটকত কাৰ চৰকাৰ  হ’ব সেয়া নিশ্চিত হোৱা নাই। ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ পূৰ্বেই বিধানসভা এৰিলে ৰাজ্যপালৰ লগতে য়েডুৰাপ্পাই।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close