Home / শীৰ্ষ / কৰ্ণাটকৰ নিৰ্বাচনত মোদীৰ মেজিক

কৰ্ণাটকৰ নিৰ্বাচনত মোদীৰ মেজিক

নেচনেল ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকৰ নিৰ্বাচনত পুনৰ মোদীৰ মেজিকে কামত দিলে। মুঠ ২২২ খন আসনৰ ভিতৰত ২০খন বিজেপিয়ে আৰু ০৮খন কংগ্ৰেছে দখল কৰাৰ লগতে ০৩খন আসন জে ডি চিয়ে লাভ কৰিছে। পৰবৰ্তী ভোট গণনা এতিয়াও অব্যাহত আছে যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসনত অগ্ৰগতি লাভ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*