Home / শীৰ্ষ / কৰ্ণাটক নিৰ্বাচনৰ ৩৯ খন আসনৰ ফলাফল ঘোষণা

কৰ্ণাটক নিৰ্বাচনৰ ৩৯ খন আসনৰ ফলাফল ঘোষণা

নেচনেল ডেস্ক, প্ৰথম খবৰ: মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটকত আৰম্ভ হয় কৰ্ণাটক নিৰ্বাচনৰ ভোট গণনা৷  ভোট গণনাত বৰ্তমানলৈকে ঘোষণা হৈছে ৩৯খন আসনৰ ফলাফল৷ ৩৯খন আসনৰ ভিতৰত বিজেপিয়ে ২৭খন আসন কংগ্ৰেছে ৯খন আৰু জে ডি এচে ৩খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

ইয়াৰে ছিকাৰীপুৰা সমষ্টিত বি জে পিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বি এছ য়েদীয়ুৰাপ্পা, হোলালকেৰে সমষ্টিত এম চন্দ্ৰপ্পা, কুণ্ডাপুৰা সমষ্টিত হালাদী শ্ৰীনিবাস ছেট্টী, কাপু সমষ্টিত লালাজী আৰ মেণ্ডন, তীৰ্থশালী সমষ্টিত আৰাগা জ্ঞানেন্দ্ৰ,মুদ্ৰাবিদ্ৰি সমষ্টিত উমানন্দ এ কটিয়ান, মাংগালুৰু সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ইউ টি আব্দুল খাদেৰ আৰু চাল্লাকেৰে সমষ্টিত কংগ্ৰেছৰ টি ৰঘুমূৰ্তিৰ জয়লাভ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*