শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটক নিৰ্বাচনৰ ৬৬খন আসনৰ ফলাফল ঘোষণা

নেচনেল ডেস্ক, প্ৰথম খবৰ: মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটকত আৰম্ভ হয় কৰ্ণাটক নিৰ্বাচনৰ ভোট গণনা৷ এই ভোট গণনাত বৰ্তমানলৈকে ঘোষণা হৈছে ৬৬খন আসনৰ ফলাফল৷ ৬৬খন আসনৰ ভিতৰত বিজেপিয়ে ৪৪খন আসন কংগ্ৰেছে ১৭খন আৰু জে ডি এচে ৫খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close