অসমশীৰ্ষ

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮০.১৮ টকালৈ বৃদ্ধি

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটি মহানগৰীৰ জনসাধাৰনৰ মুৰত আকৌ ৰামটাঙোন শুধালে পেট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিয়ে। শুকুৰবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ৮০.০৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম আছিল ৭১.৭৮ টকা। শুকুৰবাৰৰ তুলনাত শণিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ১৫ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৬ পইচা। হয়তো অতি সোনকালে পেট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিয়ে এশৰ ঘৰ যে চুব সেয়া খাটাং।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close