অসম

গুৱাহাটীত গাঞ্জা সৰবৰাহকাৰী আটক

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে গুৱাহাটীত ৩ কেজিতকৈও অধিক গাঞ্জাসহ গ্ৰেপ্তাৰ হয় এজন লোক। মণিপুৰৰ পৰা গাঞ্জাখিনি সৰবৰাহ কৰিবলৈ লওতেই আৰক্ষীৰ হাতত ধৰা পৰে ধৃত সুখপল সিং নামৰ লোকজন৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close