অসম

গুৱাহাটীত বহু লক্ষ টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটী মহানগৰীত এতিয়া গোপনে চলিছে ড্ৰাগছ ব্যৱসায়। গুৱাহাটীৰ গড়চুকত মহানগৰ আৰক্ষীয়ে দৌলত খান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। প্ৰায় ৫০লাখ টকাৰ ড্ৰাগছসহ উদ্ধাৰ কৰিছে সৰবৰাহকাৰীজনক। গড়চুকৰ বেথানী স্কুলৰ সমীপত আছিল খানৰ ঘাটি। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close