অসমশীৰ্ষ

গৃহমন্ত্ৰী ৰাজনাথ সিংহক সাক্ষ্যাৎ অতুল বৰাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশেধনী বিধেয়কৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰি অগপৰ সভাপতি অতুল বৰা তথা মন্ত্ৰী কেশৱ মহন্তয় গৃহমন্ত্ৰী ৰাজনাথ সিংহক সাক্ষ্যাৎকৰি অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে অনুৰোধ জনায়। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় চৰকাৰে অনৈতিক ভাবে জাপি দিব খোজা কাৰ্যত বিভিন্ন দল-সংঘটনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে অগপৰ এই স্থিতিয়ে এক নাটকীয় পৰিৱৰ্তনৰ সূচনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close