Home / অসম / গেমনক হুংকাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

গেমনক হুংকাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গেমনক সকীয়নি দিয়ে। তেওঁ কয়,”১১ বছৰত মাত্ৰ ২৪ শতাংশ কাম কৰিছে গেমনে। কাম কৰিলে কৰক নহ’লে বাদ দিয়ক গেমনে। নতুন পথ নিৰ্মাণ কৰাৰ পাছত পাইপৰ বাবে খান্দিব নোৱাৰিব মহানগৰীৰ পথ। “

Leave a Reply

Your email address will not be published. Required fields are marked *

*