অসম

গোৱালপাৰাত অধিবক্তাক লক্ষ্য কৰি গুলীচালনা

নিউজ ডেস্ক, প্ৰথম খবৰ: গোৱালপাৰাৰ শোলমাৰীত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই অধিবক্তা সুশীল পাণ্ডিয়াৰ গাড়ীলৈ লক্ষ্য কৰি ফুটায় চাৰিজাঁইকৈ গুলী। কথমপি প্ৰাণ ৰক্ষা পৰাৰ পিছত এই ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰে অধিবক্তাজনে।

Related Articles

Leave a Reply

Close