অসম

চাপৰমুখত আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত বৃহত প্ৰতিবাদী সমদল

ৰহাৰপৰা পলাশ হাজৰিকা,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাপৰমুখ শাখা ছাত্ৰ সন্থাৰ সহযোগত চাপৰমুখত এক বৃহত প্ৰতিবাদী সমদল উলিওৱা হয়।দুইসহস্ৰাধিক প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদত মুখৰিত হয় চাপৰমুখৰ আকাশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close