অসম

চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। ৫ শতাধিক ছাত্ৰ–ছাত্ৰীৰ সহযোগত অগপ আৰু কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদত উত্তাল হৈ পৰে চামগুৰি। বিধেয়কখন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতিক দুৰ্ভাগ্যজনক আখ্যা দিয়ে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close