শেহতীয়া
Home / অসম / চিচিবৰগাঁও আৰু চিলাপথাৰ আছুৰ প্ৰেৰণাৰ দিন উদযাপন

চিচিবৰগাঁও আৰু চিলাপথাৰ আছুৰ প্ৰেৰণাৰ দিন উদযাপন

প্ৰথম খবৰ, চিচিবৰগাঁও:  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ধেমাজি জিলা ছাত্ৰ সন্থাৰ অধীনৰ চিচিবৰগাঁও আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৮৫৫ জন বীৰ জাতীয় শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্বহীদবেদীত বন্তি প্ৰজ্বলনেৰে শ্বহীদসকলৰ চূড়ান্ত ত্যাগৰ ফচলস্বৰূপ NRCৰ উন্নীতকৰণৰ কামত নিয়োজিত বিষয়া,কৰ্মচাৰীসকলৰ সুস্বাস্থ্য আৰু নিৰাপত্তা কামনা কৰি প্ৰাৰ্থনা জনাই এই দিনটো উদ্যম আৰু প্ৰেৰণাৰ দিন হিচাপে পালন কৰো। কাৰ্যসূচীত আঞ্চলিকদ্বয়ৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*