শেহতীয়া
Home / অসম / চিত্ৰগৃহলৈ আহিল “ৰক্তবীজ”

চিত্ৰগৃহলৈ আহিল “ৰক্তবীজ”

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ:অসমৰ বোলছবি জগতত সংযোজিত হ’ল আন এখন বোলছবি,ৰক্তবীজ। মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত প্ৰিমিয়াৰ শ্ব’ প্ৰদৰ্শিত হয় আৰু শুকুৰবাৰে সমগ্ৰ অসমতে মুক্তি লাভ কৰে চিনেমাখনে। ছবিখনৰ পৰিচালনা বিশ্বজিত বৰাৰ আৰু প্ৰযোজনা ৰবীন্দ্ৰ ৰাজা আতৰ। ছবিখনত অভিনয় কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেতা ৰবি জাংগু, বৰষা ৰাণী বিষয়া, সুৰেণ মহন্তকে ধৰি বহুকেইজন অভিনেতা-অভিনেত্ৰীয়ে। ৰক্তবীজৰ লগত জড়িত প্ৰতিজন শিল্পী-কলাকুশলী যথেষ্ট আশাবাদী।

Leave a Reply

Your email address will not be published. Required fields are marked *

*