গেলেৰীবিনোদন

চেলিব্ৰেটী আৰু মাতৃ দিৱস

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: মাতৃ  দিৱস উপলক্ষে ছ’চিয়েল মিডিয়াত প্ৰতিজনেই শ্বেয়াৰ কৰিছে নিজ মাতৃৰ ফটো। ব্যতিক্ৰম নহয় চেলিব্ৰেটী সকলো। ইনষ্টাগ্ৰামত আজি চেলিব্ৰেটীসকলেও নিজ মাতৃৰ ফটো শ্বেয়াৰ কৰি মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

মাতৃৰ সৈতে শিল্পা চেট্টী

 

শচীন টেণ্ডুলকাৰৰ মাতৃ

 

মাতৃৰ সৈতে কেটৰীণা কাঈফ

 

মাতৃৰ সৈতে আলীয়া ভাট্ট

 

মাতৃৰ সৈতে সোণাক্ষী সিনহা

 

পৰিয়ালৰ লগত হৰভজন সিং

 

মাতৃ,ভগ্নীৰ সৈতে মালাইকা আৰোৰা

 

তাপসী পন্নু মাতৃৰ সৈতে

 

ঐশ্বৰ্য্য ৰায় পুত্ৰী আৰু মাতৃৰ সৈতে

 

উৰ্বশী ৰৌতেল্লা মাতৃৰ সৈতে

 

মাতৃৰ সৈতে বৰুণ ধৱন

 

শ্ৰদ্ধা কাপুৰ মাতৃৰ সৈতে

 

সুৰেশ ৰাইনা পৰিয়ালৰ সৈতে

 

 

ঈশা গুপ্তা মাতৃৰ সৈতে

 

মাতৃৰ সৈতে গীতা ফোগট

 

টোনী কক্কৰ মাতৃৰ সৈতে

Related Articles

Leave a Reply

Close