অসমবৰপেটাশীৰ্ষ

জঘণ্য কাণ্ড, মোমায়েকৰ হাতত ধৰ্ষিতা হল ভাগিনীয়েক

নিউজ ডেস্ক, প্ৰথম খবৰ:
বৰপেটাৰোডৰ সমীপৱৰ্তী বাক্সাৰ জাখলিৰপাৰত কালি এক জগণ্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। নিজ মোমায়েকে ধৰ্ষণ কৰিছে ১৬ বছৰীয়া নিজ ভাগিনীয়েকক। ঘৰত কোনো নথকাৰ সুযোগলৈ মোমায়েকে কৰিছে এই জগন্য কাণ্ড। লম্পট মোমায়েক জনৰ নাম সুশীল ঘোষ। মূখত সোপা দি লম্পট মোমায়েকে ভাগিনীয়েকক কৰিছিল ধৰ্ষণ। ধৰ্ষিতা ভাগিনীয়েকে অপমানিত হৈ আত্মহত্যাৰ পথ বাছি লৈ নিজৰ গাত জুই লগাইছিল। ধৰ্ষিতাক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত বৰপেটালৈ প্ৰেৰণ কৰে। সম্প্ৰতি ধৰ্ষণকাৰী লম্পট মোমায়েক পলাতক হৈ আছে।

Related Articles

Leave a Reply

Close