অসমশীৰ্ষ

জনবন্ধু ৰাম শৰ্মা আৰু নাই

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰাক্তন পৰিবহন আৰু গামোন্নয়ন মন্ত্ৰী ৰাম শৰ্মাৰ মৃত্যু। গৰপুৰৰ ধেনুধৰাস্থিত বাসভৱনত মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীজনৰ। তেখেতৰ মৃত্যুত সমগ্ৰ গহপুৰত গভীৰ শোকৰ ছাঁ পৰিছে । গহপুৰৰ মহকুমা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close