অসমগুৱাহাটী

জামিন লাভ কৰিলে শ্বেতা আগৰৱালাৰ হত্যাকাৰীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: অবশেষত জামিন লাভ কৰিলে শ্বেতা আগৰৱালাৰ হত্যাকাৰীয়ে। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনত এৰিলে মেধাৱী ছাত্ৰী শ্বেতাৰ হত্যাকাৰী গোবিন্দ সিংহালক।

উল্লেখ্য, উক্ত অভিযুক্ত গোবিন্দ সিংহালৰ বিৰুদ্ধে মেধাৱী ছাত্ৰী শ্বেতাক জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনহাতে, সিংহালৰ ঘৰৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ আগৰৱালাৰ মৃতদেহ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close