Home / অসম / জুবিনৰ বিৰোধিতা কৰাসকল অসমীয়া বিৰোধী, “অখিল গগৈ”

জুবিনৰ বিৰোধিতা কৰাসকল অসমীয়া বিৰোধী, “অখিল গগৈ”

নিউজ ডেস্ক,প্ৰথম খবৰ: জুবিন আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ কাৰণে জুবিন গাৰ্গে হুংকাৰ দিয়াৰ পিছতেই যেন জুবিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এচাম অসমীয়া বিৰোধী চক্ৰ। জুবিনক লৈ আৰম্ভ হৈছে এওঁলোকৰ কু-অভিসন্ধী ফেচবুক,হোৱাটছ এপ যোগে এই অসমীয়া বিৰোধী চক্ৰই চলাইছে জুবিন বিৰোধী প্ৰচাৰ। ইয়াকে লৈ সৰব হৈ পৰিছে কৃষক নেতা অখিল গগৈ।তেখেতে নগাঁৱত এক সংবাদমেলত মন্তব্য কৰে যে,জুবিনক বাধা দিয়াৰ অধিকাৰ কাৰো নাই আমি সকলো জুবিনৰ পক্ষত আছো। পৰাগ দাস হত্যাৰ বিচাৰ পুনৰ আৰম্ভ হ’ব লাগে বুলিও দাবী জনায় কৃষক নেতা অখিল গগৈয়ে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*