অসমশীৰ্ষ

জুবিনৰ মৃত্যু! কুৰুক্ষেত্ৰত পৰিণত হ’ল ডিমৌ

নিউজ ডেস্ক, প্ৰথম খবৰ: ডিমৌৰ  আঠাবাৰীত উত্তপ্ত পৰিৱেশ। চিমেন্ট ভৰ্টি এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় জুবিন বাঢ়ৈ নামৰ ছাত্ৰজন। তাৰ পিছতে ৰাইজ আৰু আৰক্ষীৰ মাজত কুৰুক্ষেত্ৰ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে ৫জাই গুলি শূণলৈ নিক্ষেপ কৰে।

Related Articles

Leave a Reply

Close