অসমশীৰ্ষ

জুবিন গাৰ্গৰ মন্তব্যক আমি গৰিহণা দিছোঁ: দলৈ কবিন্দ্ৰ শৰ্মা

 

নিউজ ডেস্ক, প্ৰথম খবৰ: বলিউডৰ তাৰকা গোবিন্দাই কামাখ্যা মন্দিৰত মহ বলি দিয়াক লৈ সততে সৰৱ হৈ পৰিছিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবীন গাৰ্গ। বলি বিধানৰ বিৰোধিতা কৰি জুবিন গাৰ্গে কৈছিল কামাখ্যা মাক সন্তুষ্ট কৰিবলৈ জীৱ জন্তু বধ কৰাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে জুবিন গাৰ্গৰ এই মন্তৱৰ পাছতে দলৈ কবিন্দ্ৰ শৰ্মাই কয় তেওঁ গান গোৱা মানুহ গান গাই থাকক। কামাখ্যাৰ ধৰ্মীয় ৰীতি নীতি নজনাকে তেওঁ এই মন্তৱ কৰিছে। কামাখ্যা মাৰ পূজা আগৰ পৰা যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব। উল্লেখ যে, জুবীন গাৰ্গৰ এই বলি বিধানৰ মন্তৱক লৈ একাংশ লোকে তেওঁক ক্ষমা খোজাৰ দাবী তোলে।

Related Articles

Leave a Reply

Close