Uncategorizedঅসমশীৰ্ষ

জুবিন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, প্ৰথম খবৰ: শুক্ৰবাৰে জুবিন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ জুবিন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো ৰাজনৈতিক নেতাৰ দ্বাৰা জুবিনৰ বিৰুদ্ধে সমালোচনা হোৱাটো অনুচিত৷

বিজেপিৰ বাবে জুবিন গাৰ্গে গীত গোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে কোনো বেয়া কাম কৰা দেখিলে ইয়াৰ বিৰুদ্ধে জুবিন গাৰ্গে বিৰোধিতা কৰাত কোনো আপত্তি নাই৷

Related Articles

Leave a Reply

Close