অসমশীৰ্ষ

টুইটাৰত কাকো ব্লক কৰিব নোৱাৰে ট্ৰাম্পে

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ:নিউইয়ৰ্কৰ আদালতে ট্ৰাম্পক এক বিশেষ নিৰ্দেশনা জাৰি কৰিলে। টুইটাৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কাকো ব্লক কৰিব নোৱাৰিব। কাৰণ ই আইন মতে অপৰাধ। এনে কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইন মতে নাগৰিকৰ বাক স্বাধীনতা খৰ্ব কৰা হয়।

দৰাচলতে হ’লী অ’ৰাইলী নামৰ টুইটাৰ হেণ্ডেলকাৰীয়ে বিগত বৰ্ষত ডোনাল্ড ট্ৰাম্প আৰু পোপ ফ্ৰান্সিসৰ মীম পোষ্ট কৰিছিল। তেতিয়াই ট্ৰাম্পে তেওঁক ব্ল’ক কৰিছিল। এই ঘটনাৰ পিছতেই হ’লী অ’ৰাইলীয়ে আদালতৰ দ্বাৰস্থ হৈছিল। অৱশেষত আজি নিউইয়ৰ্ক আদালতে ৰায়দান দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close